Posts

Showing posts from March, 2021

নির্বাচনী বতাহ (কবিতা/Poem)

Image
  অসম বিধানসভা নির্বাচন, ২০২১ৰ এই প্ৰাকক্ষণত আমি আজি আপোনালোকলৈ এটি নির্বাচনী কবিতা আগবঢ়াইছো : নির্বাচনী বতাহ Today, we are presenting to you all a poem which is based on the topic of elections on the special occasion of the upcoming Assam Assembly Elections, 2021 : নির্বাচনী বতাহ নির্বাচনী বতাহ বলিছে  বলিছে, নির্বাচনী বতাহ বলিছে। চৌদিশে মাথো ৰাজনীতিৰ ৰণডংকা বাজিছে।। দল সমূহেও ন ন লীলা  ৰচিছে। সমষ্টিয়ে সমষ্টিয়ে সমৰ্থক সকলৰ লগত ৰেলী কৰি প্রচাৰ অভিযান তুংগত উঠাইছে। নেতাসকলেও নিজৰ সর্বস্ব কৌশলেৰে টিকত পাবলৈ যো-জা চলাইছে।। প্রতিশ্রুতিৰে বোৱাইছে সোত। কিয়নো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ল ৰাইজৰ ভোট।। কোনোৱে পিন্ধাব খুজিছে ৰাইজক টুপি। কোনোৱে আকৌ সচা অন্তৰেৰে ৰাইজৰ অসূয়া-অপ্রীতিৰ বুজ ল'লে জুখি-মাপি।। সোঁপন্থী, বামপন্থী, মধ্যমপন্থী, সকলোৱেই গাইছে নিজ নিজ বিচাৰধাৰা আৰু নীতি-আদর্শৰে ভৰা বাণী। প্রতিটো দল, প্রতিজন নেতা আৰু পালিনেতা, সকলোৱেই দিছে উন্নয়নৰ জয়ধ্বনি।। কাৰোবাৰ লাগিল আসনৰ লোভ। কোনোবাই আকৌ উজাৰিলে জলন্ত সমস্যাৰ ক্ষোভ।। একাংশ নেতাই নিজ স্বার্থ সিদ্ধিৰ হকে সৰ্বসাধাৰণৰ সমস্যাবোৰৰ সৈতে

THANK YOU (Poem)

Image
  Hello my dear netizens! Today I'm presenting to you all another Poem composed by me : Thank You Thank You   Oh, my dear friend!  What a great favor you did to me!  Which no one did earlier for me,  So I think this is a miracle for me;  I’m so lucky to meet you; I just can't express through words.  Now I heavily owe you,  But I’ve no idea how to repay this debt to you,  Neither it can be paid through money,  Nor it can be paid through materialistic gifts;  I don’t know how to return this precious price to you,  I’m not being able to view,  As for me, this feeling is totally new;  Just for now, I have a small idea of something to offer you,  That I surely think can please you,  Only two little sweet words ‘Thank You’! -- Written by MPB Thank You !!  🙂